Monday 14 November 2022

ৰমেন ডানাহৰ নতুন অসমীয়া গীত-২০২২ [ অ' মৌপিয়া ম‌ই পখী মৰমৰ...]

ৰমেন ডানাহৰ নতুন অসমীয়া গীত-২০২২ [ অ' মৌপিয়া ম‌ই পখী মৰমৰ...]



গায়কঃ ৰমেন ডানাহ আৰু সুবাসনা দত্ত

গীতৰ কথা আৰু ৰচনাঃ ৰমেন ডানাহ

সংগীতঃ দীপকেশ বৰগোহাঁই

মিক্সিং আৰু মাষ্টাৰিংঃ দিগন্ত বৰদলৈ


নাম: অ' মৌপিয়া ম‌ই পখী মৰমৰ...


পুঃ অ' মৌপিয়া ম‌ই পখী মৰমৰ

ভালপোৱা দিয়া তুমি হৃদয়ৰ।


মঃ মৌপিয়া ম‌ই পখী মৰমৰ

ভালপোৱা দিয়া তুমি হৃদয়ৰ।


পঃ হিয়া দি হিয়া ল‌ও

তুমি মোৰেই জীৱন

গচকী গচকী নাযাবা আঁতৰি কলিজা... কলিজা।


মঃ মন মন মন মন দিলো

দিলো তোমাকে,

ৰং ৰং সানি দিয়া দুগালতে।


পঃ কম কম কম কথা এটি .. কাণে কাণে

মই তোমাক ভালপাওঁ...নহয় অনকে।


তোমাৰ মৰম নিজৰাতে... দিলো ভৰি

পখালী পখালী ললো গা

ৰাতি কি দিন তুমি বিনে

সচাঁয়ে ম‌ই নোৱাৰো থাকিব এতিয়া।


মঃ হিয়া দি হিয়া ল‌ও

তুমি মোৰেই জীৱন

গচকী গচকী নাযাবা আঁতৰি কলিজা... কলিজা।


পুঃ মন মন মন মন দিলো

দিলো তোমাকে,

ৰং ৰং সানি দিলা জীৱনতে।


মঃ কম কম কম কথা এটি কাণে কাণে,

মই তোমাক ভালপাওঁ নহয় অনকে।


মঃ নিজৰ বুলি আছে নো কি

দিলো তোমাক...আদৰি আদৰি লোৱা না

দুদিনীয়া মৰমেৰে..নিলিখিবা এতিয়া ঘৰুৱা কবিতা


পুঃ হিয়া দি হিয়া ল‌ও

তুমি মোৰেই জীৱন

গচকী গচকী নাযাবা আঁতৰি কলিজা... কলিজা।


মঃ মন মন মন মন দিলো

দিলো তোমাকে,

ৰং ৰং সানি দিয়া, দুগালতে।


পঃ কম কম কম কথা এটি কাণে কাণে

মই তোমাক ভালপাওঁ...নহয় আনকে।


গায়কঃ ৰমেন ডানাহ, নিলাক্ষী নেওগ, গৌৰী ৰিজখোৱা

নাম: মায়ে দিয়ে প‌ইতা ভাত জান....


অ'...অ'...অ'.…ম‌ইনা...ম‌ইনা...মাত ম‌ইনা...ম‌ইনা...মাত

পুঃ মায়ে দিয়ে প‌ইতা ভাত জান ঐ

ৰাতিপুৱা এথালি

তুমি দিবা ম‌ইনা মাত জান ঐ

কেতিয়াকৈ আহি

একেখন বিচনাত জান ঐ কথা পাতি পাতি

কেতিয়ানো পূৱাব জান ঐ জাৰৰ দীঘল ৰাতি

ভাৱি তোমাকে ৰাতি বাৰ বাজে

গাৰো ঘূৰাই ঘূৰাই

প্ৰেমৰ নাঙলে বুকু ফালিছে মৰিমে হʼবপাই

ভাৱি তোমাকে ৰাতি বাৰ বাজে

গাৰো ঘূৰাই ঘূৰাই

প্ৰেমৰ নাঙলে বুকু ফালিছে মৰিমে হʼবপাই।


বেলি ফুল ধূনীয়া দেখি হালধীয়া

বগাকৈ মালতীৰে পাঁহি,

অতি কম বয়সত তুমি বৰ ধূনিয়া

বুকুচাত ল‌ওঁৱে নেকি তুলি,

হে জান ঐ ভাৱি ভাৱি তোমাকে ৰাতি বাৰ বাজে

গাৰো ঘূৰাই ঘূৰাই

প্ৰেমৰ নাঙলে বুকু ফালিছে মৰিমে হʼবপাই।

ভাৱি তোমাকে ৰাতি বাৰ বাজে

গাৰো ঘূৰাই ঘূৰাই

প্ৰেমৰ নাঙলে বুকু ফালিছে মৰিমে হʼবপাই।


মঃ লাজতে মৰহি জাম ম‌ইনা

একুৰি বয়স পাং

বুকুতে বব ধৰিছে মোৰ বলীয়া দিচাং


লাজতে মৰহি জাম ম‌ইনা

একুৰি বয়স পাং

বুকুতে বাঢ়িব ধৰিছে বলীয়া দিচাং

বুকুতে বব ধৰিছে মোৰ বলীয়া দিচাং


অ'...অ'...অ'.…


নথবা থেকেচী কাঁহৰ কাঁহি-বাটি

বতৰ চায় মেলি বা ছাতি

প্ৰেমৰে বজাত, নহবা চালানী

হাঁহিব ৰচকী হে বুলি


ভাৱি তোমাকে ৰাতি বাৰ বাজে

গাৰো ঘূৰাই ঘূৰাই

প্ৰেমৰ নাঙলে বুকু ফালিছে মৰিমে হʼবপাই।

ভাৱি তোমাকে ৰাতি বাৰ বাজে

গাৰো ঘূৰাই ঘূৰাই

প্ৰেমৰ নাঙলে বুকু ফালিছে মৰিমে হʼবপাই।

অ'...অ'...অ'.…ম‌ইনা...ম‌ইনা...মাত




No comments:

Post a Comment